ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জোৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জোৰা   বিশেষ্য

ಅರ್ಥ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

ಉದಾಹರಣೆ : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

ಸಮಾನಾರ್ಥಕ : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল

ಅರ್ಥ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

ಉದಾಹರಣೆ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

ಸಮಾನಾರ್ಥಕ : গাঁঠি, গ্রন্থি, সন্ধি

জোৰা   ক্ৰিয়া

ಅರ್ಥ : হাল বাওঁতে বা গাড়ী আদি চলাবলৈ সন্মুখৰফালে গৰু, ঘোঁৰা আদি বান্ধি দিয়া কার্য:কৃষকজনে হাল বাবলৈ গৰুহাল যুটিছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : জোঁটা, যুতা, সাঙুৰা

ಅರ್ಥ : অন্য কোনো বস্তুৰ শেষত লগোৱা

ಉದಾಹರಣೆ : চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে

ಸಮಾನಾರ್ಥಕ : জোৰা লগোৱা, সংলগ্ন কৰা