ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জোৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জোৰ   বিশেষ্য

ಅರ್ಥ : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব

ಉದಾಹರಣೆ : মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে

ಅರ್ಥ : শৰীৰৰ বল

ಉದಾಹರಣೆ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

ಸಮಾನಾರ್ಥಕ : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি

ಅರ್ಥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ಉದಾಹರಣೆ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

ಸಮಾನಾರ್ಥಕ : তেজ, পৰাক্রম, বল, শকতি, শক্তি

জোৰ   বিশেষণ

ಅರ್ಥ : জোৰকৈ

ಉದಾಹರಣೆ : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম

ಸಮಾನಾರ್ಥಕ : উৎকট, তীব্র, প্রচণ্ড, প্রৱল