ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
ಉದಾಹರಣೆ : মোৰ ধনৰ মোনাটো চুৰি হʼল
ಸಮಾನಾರ್ಥಕ : বেগ, মোনা
ಅರ್ಥ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
ಉದಾಹರಣೆ : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
ಸಮಾನಾರ್ಥಕ : মোনা
ಅರ್ಥ : যʼত কোনো বস্তু ৰখা যায়
ಉದಾಹರಣೆ : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
ಸಮಾನಾರ್ಥಕ : জুলি, পকেট, সৰু মোনা
ಸ್ಥಾಪನೆ