ಅರ್ಥ : কোনো বস্তুৰ আন কোনো বস্তু বা স্থান আদিত সহজে ওলাব নোৱাৰাকৈ সোমাই ধৰা
ಉದಾಹರಣೆ :
উৰণাখন কাঁইটত জোঁট লাগি গʼল
ಅರ್ಥ : যিটোত মেৰ-পেচত লাগিছে
ಉದಾಹರಣೆ :
তেওঁ খেলি-মেলি লগা কামটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে
ಸಮಾನಾರ್ಥಕ : আউল লগা, খেলি-মেলি লগা, জেং লগা