ಅರ್ಥ : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ
ಉದಾಹರಣೆ :
পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে
ಸಮಾನಾರ್ಥಕ : উচ্ছিষ্ট
ಅರ್ಥ : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু
ಉದಾಹರಣೆ :
জুঠা আনক দিব নালাগে
ಸಮಾನಾರ್ಥಕ : উচ্ছিষ্ট ভোজন
ಅರ್ಥ : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে
ಉದಾಹರಣೆ :
জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয় মায়ে জুঠা বাচনবোৰক ধুই আছে