ಅರ್ಥ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
ಉದಾಹರಣೆ :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
ಸಮಾನಾರ್ಥಕ : বীজাণু
ಅರ್ಥ : এক কোষীয় বা অকোষীয় জীৱ যাৰ বিখণ্ডন প্রক্রিয়াৰে বংশবৃদ্ধি হয়
ಉದಾಹರಣೆ :
জীৱাণু অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পাৰি
ಸಮಾನಾರ್ಥಕ : বেক্টেৰিয়া
ಅರ್ಥ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
ಉದಾಹರಣೆ :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
ಸಮಾನಾರ್ಥಕ : বীজাণু