ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এক প্রকাৰৰ সৰু নৌকা যাক জাহাজত এইকাৰণে ৰখা হয় যাতে কিবা কাৰণত জাহাজ ডুবিব লগা হʼলে তাত উঠি যাত্রীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব পাৰে
ಉದಾಹರಣೆ : নাবিকজনে যাত্রীসকলক জাহাজখন ডুবিবলৈ ধৰাৰ আগজাননী দি সকলোকে জীৱন নৌকাৰ ব্যৱহাৰ কৰিবলৈ কʼলে
ಸಮಾನಾರ್ಥಕ : জীৱন নৌকা
ಸ್ಥಾಪನೆ