ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জীৱন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জীৱন   বিশেষ্য

ಅರ್ಥ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি

ಉದಾಹರಣೆ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু

ಸಮಾನಾರ್ಥಕ : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, প্রাণ, পৰাণ

ಅರ್ಥ : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে

ಉದಾಹರಣೆ : বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে

ಅರ್ಥ : জীয়াই থকা অৱস্থা

ಉದಾಹರಣೆ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে

ಸಮಾನಾರ್ಥಕ : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, ধাতু, প্রাণ, পৰাণ

ಅರ್ಥ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

ಉದಾಹರಣೆ : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

ಸಮಾನಾರ್ಥಕ : আয়ুস

ಅರ್ಥ : জীৱন যাপন কৰাৰ ধৰণ বিশেষ

ಉದಾಹರಣೆ : নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে

ಅರ್ಥ : জীৱিত প্রাণী

ಉದಾಹರಣೆ : ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল