ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ಉದಾಹರಣೆ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
ಸಮಾನಾರ್ಥಕ : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱন, প্রাণ, পৰাণ
ಅರ್ಥ : যʼ প্রাণ আছে বা সজীৱ প্রাণী
ಉದಾಹರಣೆ : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
ಸಮಾನಾರ್ಥಕ : জীৱধাৰী, প্রাণধাৰী, প্রাণী, সজীৱ
ಅರ್ಥ : জীয়াই থকা অৱস্থা
ಉದಾಹರಣೆ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
ಸಮಾನಾರ್ಥಕ : চেতনা, জান, জিন্দেগি, জীউ, জীৱন, ধাতু, প্রাণ, পৰাণ
ಅರ್ಥ : স্ব-ইচ্ছাৰে গতি কৰিব পৰা জীৱধাৰী প্রাণী
ಸಮಾನಾರ್ಥಕ : জন্তু, জানোৱাৰ, প্রাণী
ಸ್ಥಾಪನೆ