ಅರ್ಥ : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
ಉದಾಹರಣೆ :
মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
ಸಮಾನಾರ್ಥಕ : জয়ী হোৱা, বিজয়ী হোৱা
ಅರ್ಥ : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
ಉದಾಹರಣೆ :
স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
ಸಮಾನಾರ್ಥಕ : জয় কৰা
ಅರ್ಥ : প্রতিযোগিতাত সফলতা লাভ কৰা
ಉದಾಹರಣೆ :
মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
ಸಮಾನಾರ್ಥಕ : সফল হোৱা