ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : ঠাণ্ডা, শীত, শৈত্য
ಅರ್ಥ : প্রাচীন কালত ৰুছত শাসন কৰা ৰজা বা শাসক
ಉದಾಹರಣೆ : ১৯১৭ চললৈকে ৰুছত জাৰসকলৰ শাসন চলি আছিল
ಅರ್ಥ : ঠাণ্ডা বতৰ
ಉದಾಹರಣೆ : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
ಸಮಾನಾರ್ಥಕ : জাৰকালি, শীত, শীতকাল
ಸ್ಥಾಪನೆ