ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জাল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জাল   বিশেষ্য

ಅರ್ಥ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

ಉದಾಹರಣೆ : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

ಸಮಾನಾರ್ಥಕ : নেট

ಅರ್ಥ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

ಉದಾಹರಣೆ : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

ಸಮಾನಾರ್ಥಕ : ফান্দ

ಅರ್ಥ : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ

ಉದಾಹರಣೆ : শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে

ಅರ್ಥ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

ಉದಾಹರಣೆ : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

ಸಮಾನಾರ್ಥಕ : নেট

ಅರ್ಥ : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

ಉದಾಹರಣೆ : তেওঁ বলটো গোলৰ জালত মাৰিলে

ಸಮಾನಾರ್ಥಕ : গোল-নেট, নেট

ಅರ್ಥ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা

ಉದಾಹರಣೆ : মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে

ಸಮಾನಾರ್ಥಕ : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি

জাল   বিশেষণ

ಅರ್ಥ : যʼত দোষ আছে

ಉದಾಹರಣೆ : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

ಸಮಾನಾರ್ಥಕ : অবিশুদ্ধ, কৃত্রিম, নকল, নকলী, ভেজাল

ಅರ್ಥ : যʼত মিশ্রণ ঘটিছে বা যি শুদ্ধ নহয় অথবা যʼত কেৰোণ আছে

ಉದಾಹರಣೆ : এইখিনি ভেজাল ঘিউ

ಸಮಾನಾರ್ಥಕ : অবিশুদ্ধ, অশুদ্ধ, কেৰুণীয়া, বিমিশ্র, ভাঁজ দিয়া, ভেজাল, ্ভঁজুৱা