ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য
ಉದಾಹರಣೆ : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে
ಸಮಾನಾರ್ಥಕ : উৰি দিয়া, দিয়া
ಅರ್ಥ : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা
ಉದಾಹರಣೆ : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে
ಅರ್ಥ : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা
ಉದಾಹರಣೆ : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল
ಸಮಾನಾರ್ಥಕ : থেলি থোৱা
ಸ್ಥಾಪನೆ