ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
ಉದಾಹರಣೆ : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
ಸಮಾನಾರ್ಥಕ : নলা, লোৰ
ಅರ್ಥ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ಉದಾಹರಣೆ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
ಸಮಾನಾರ್ಥಕ : আত্মা, চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
ಅರ್ಥ : জীয়াই থকা অৱস্থা
ಉದಾಹರಣೆ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
ಸಮಾನಾರ್ಥಕ : চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
ಸ್ಥಾಪನೆ