ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জাগি থকা এক অৱস্থা
ಉದಾಹರಣೆ : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : জাগৰণ
ಅರ್ಥ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
ಉದಾಹರಣೆ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
ಸಮಾನಾರ್ಥಕ : অৱস্থান, জেগা, ঠাই
ಅರ್ಥ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
ಉದಾಹರಣೆ : কালিৰ পৰা গাইজনী জাগিছে
ಸಮಾನಾರ್ಥಕ : উঠা
ಸ್ಥಾಪನೆ