ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জাক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জাক   বিশেষ্য

ಅರ್ಥ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে

ಉದಾಹರಣೆ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল

ಸಮಾನಾರ್ಥಕ : জুম

ಅರ್ಥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

ಉದಾಹರಣೆ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

ಸಮಾನಾರ್ಥಕ : পাল, সমুদায়, সমূহ

ಅರ್ಥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ಉದಾಹರಣೆ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

ಸಮಾನಾರ್ಥಕ : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

ಅರ್ಥ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

ಉದಾಹರಣೆ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

ಸಮಾನಾರ್ಥಕ : দল