ಅರ್ಥ : পানী বা খাদ্যৰ বিষক্রিয়াৰ পৰা হʼব পৰা এবিধ মাৰাত্মক সংক্রামক ৰোগ, যʼত ৰোগীৰ অত্যধিক শৌচ-বমি হয়
ಉದಾಹರಣೆ :
আগৰ দিনত হাইজাত বহুলোকৰ অকালতে মৃত্যু হৈছিল পুৰণি কালত কলেৰা হʼলে মানুহে গাঁও এৰি পলাইছিল, কিয়নো অধিকাংশ লোকেই এই মহামাৰীৰ চিকাৰ হৈছিল
ಸಮಾನಾರ್ಥಕ : আন্ত্রিক ৰোগ, কলেৰা, বিসূচিকা, ভেদ-বাঁতি, ভেদবমি, হাইজা