ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো ঠাইৰ মাজৰ খালী অংশ
ಉದಾಹರಣೆ : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
ಸಮಾನಾರ್ಥಕ : ছিদ্র, ফুটা, বিন্ধা, ৰন্ধ্র
ಅರ್ಥ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
ಉದಾಹರಣೆ : এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
ಸಮಾನಾರ್ಥಕ : জ্বলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা
ಅರ್ಥ : তীক্ষ্ণ সোৱাদযুক্ত
ಉದಾಹರಣೆ : জলা ভোজন সুপাচ্য নহয়
ಸ್ಥಾಪನೆ