ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
ಉದಾಹರಣೆ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
ಸಮಾನಾರ್ಥಕ : ঘূৰোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা
ಅರ್ಥ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
ಉದಾಹರಣೆ : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
ಸಮಾನಾರ್ಥಕ : বন্ধ কৰা
ಸ್ಥಾಪನೆ