ಅರ್ಥ : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে
ಉದಾಹರಣೆ :
জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য
ಸಮಾನಾರ್ಥಕ : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মভূমি, মাতৃভূমি
ಅರ್ಥ : যি স্থানত কাৰোবাৰ জন্ম হয়
ಉದಾಹರಣೆ :
এই প্রপত্রত আপুনি অপোনাৰ জন্ম স্থানো লিখা ৰামৰ জন্মস্থান অযোধ্যা
ಸಮಾನಾರ್ಥಕ : জন্মভূমি