ಅರ್ಥ : অভিজ্ঞ বা পৰিচিত হোৱা
ಉದಾಹರಣೆ :
সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে
ಸಮಾನಾರ್ಥಕ : জ্ঞাত হোৱা, জ্ঞান হোৱা
ಅರ್ಥ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
ಉದಾಹರಣೆ :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
ಸಮಾನಾರ್ಥಕ : চিনি পোৱা
ಅರ್ಥ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
ಉದಾಹರಣೆ :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
ಸಮಾನಾರ್ಥಕ : চিনি পোৱা
ಅರ್ಥ : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা
ಉದಾಹರಣೆ :
মই বোৱা-কটা জানো
ಅರ್ಥ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
ಉದಾಹರಣೆ :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
ಸಮಾನಾರ್ಥಕ : বুজি পোৱা