ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
ಉದಾಹರಣೆ : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
ಅರ್ಥ : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
ಉದಾಹರಣೆ : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়
ಸಮಾನಾರ್ಥಕ : জনপ্রবাদ, লোক-কথা, লোকোক্তি
ಅರ್ಥ : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে
ಉದಾಹರಣೆ : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে
ಸಮಾನಾರ್ಥಕ : জন-শ্রুতি, লোক-কথা, লোককথা
ಅರ್ಥ : যিটো কাণ বাগৰি আহিছে
ಉದಾಹರಣೆ : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
ಸಮಾನಾರ್ಥಕ : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা
ಸ್ಥಾಪನೆ