ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জনপ্রবাদ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জনপ্রবাদ   বিশেষ্য

ಅರ್ಥ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ

ಉದಾಹರಣೆ : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে

ಸಮಾನಾರ್ಥಕ : কিম্বদন্তি, জনশ্রুতি, জনৰৱ, প্রবাদ

ಅರ್ಥ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে

ಉದಾಹರಣೆ : এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে

ಸಮಾನಾರ್ಥಕ : কিম্বদন্তী, লোককথা, লোকপ্রবাদ

ಅರ್ಥ : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি

ಉದಾಹರಣೆ : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়

ಸಮಾನಾರ್ಥಕ : জনশ্রুতি, লোক-কথা, লোকোক্তি