ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জনতা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জনতা   বিশেষ্য

ಅರ್ಥ : মানুহৰ সমষ্টি বা সমূহ

ಉದಾಹರಣೆ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল

ಸಮಾನಾರ್ಥಕ : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ

ಅರ್ಥ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়

ಉದಾಹರಣೆ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে

ಸಮಾನಾರ್ಥಕ : জনমানস, ৰাইজ

ಅರ್ಥ : এজনতকৈ অধিক ব্যক্তি

ಉದಾಹರಣೆ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

ಸಮಾನಾರ್ಥಕ : জনগণ, জনমানস, লোক

ಅರ್ಥ : পৃথিৱীত থকা লোক

ಉದಾಹರಣೆ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

ಸಮಾನಾರ್ಥಕ : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ

ಅರ್ಥ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : জনগন, জনসাধাৰণ, প্রজা