ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
ಉದಾಹರಣೆ : জনক এজন বৰ জ্ঞানী ৰজা আছিল
ಸಮಾನಾರ್ಥಕ : বিদেহ, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
ಅರ್ಥ : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন
ಉದಾಹರಣೆ : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়
ಸಮಾನಾರ್ಥಕ : জন্ম-দাতা, জন্মদাতা, পিতা
ಅರ್ಥ : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
ಉದಾಹರಣೆ : মোৰ দেউতা এজন অধ্যাপক
ಸಮಾನಾರ್ಥಕ : আব্বা, আব্বাজান, দেউতা, পিতা, পিতাই, পিতৃ, বাবা
ಸ್ಥಾಪನೆ