ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি চলা-ফুলা কৰিব পাৰে
ಉದಾಹರಣೆ : জঙ্গম জীৱই নিজৰ ঠাই সলনি কৰি থাকে
ಸಮಾನಾರ್ಥಕ : গতিশীল, সচল
ಅರ್ಥ : যাৰ গতি আছে বা যি চলিব পাৰে
ಉದಾಹರಣೆ : যন্ত্র গতিশীল অৱস্থাত আছে
ಸಮಾನಾರ್ಥಕ : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চালু, চৰিষ্ণু, সঞ্চৰণমান, সঞ্চৰণশীল
ಅರ್ಥ : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
ಉದಾಹರಣೆ : গহনা, কাপোৰ আদি জংগম সম্পত্তি
ಸಮಾನಾರ್ಥಕ : চলমান, জংগম
ಸ್ಥಾಪನೆ