ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হুচ অনা বা চেতন সম্পন্ন কৰা
ಉದಾಹರಣೆ : হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা
ಅರ್ಥ : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা
ಉದಾಹರಣೆ : মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে
ಅರ್ಥ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
ಉದಾಹರಣೆ : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
ಸಮಾನಾರ್ಥಕ : উঠোৱা
ಅರ್ಥ : তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা
ಉದಾಹರಣೆ : অমাৱস্যাৰ ৰাতিত তান্ত্রিকে তন্ত্র-মন্ত্র জগাই তোলে
ಸಮಾನಾರ್ಥಕ : জগাই তোলা, সাধনা কৰা
ಸ್ಥಾಪನೆ