ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
ಉದಾಹರಣೆ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
ಸಮಾನಾರ್ಥಕ : দুনীয়া, বিশ্ব, সংসাৰ
ಅರ್ಥ : পৃথিৱীত থকা লোক
ಉದಾಹರಣೆ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ಸಮಾನಾರ್ಥಕ : জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
ಅರ್ಥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ಉದಾಹರಣೆ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
ಸಮಾನಾರ್ಥಕ : ইহজগত, ইহলোক, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
ಅರ್ಥ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
ಉದಾಹರಣೆ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
ಸಮಾನಾರ್ಥಕ : ইহজগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
ಸ್ಥಾಪನೆ