ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼত জংঘল আছে
ಉದಾಹರಣೆ : কিছুমান আদিবাসী জাতিয়ে জংঘলী ঠাইত বসবাস কৰি আছে
ಅರ್ಥ : জংঘল সম্বন্ধীয় বা জংঘলৰ
ಉದಾಹರಣೆ : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে
ಸಮಾನಾರ್ಥಕ : জংগলী, জঙ্ঘলী, বন্য, বনৰীয়া
ಅರ್ಥ : হাবি বা অৰণ্যত থকা
ಉದಾಹರಣೆ : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়
ಸಮಾನಾರ್ಥಕ : অৰণ্যচাৰী, অৰণ্যচৰ, বনচাৰী, বনচৰ, বন্য, বনৰীয়া
ಅರ್ಥ : নিজে নিজে হোৱা বা গজা
ಉದಾಹರಣೆ : মোৰ খেতিত বনৰীয়া বন গজি উঠিছে
ಸಮಾನಾರ್ಥಕ : জঙ্ঘলী, বনৰীয়া
ಅರ್ಥ : বনত হোৱা বা পোৱা
ಉದಾಹರಣೆ : এইজোপা বনজ উদ্ভিদ
ಸಮಾನಾರ್ಥಕ : আৰণ্যক, বনজ, বনজাত, বন্য, বনৰীয়া
ಸ್ಥಾಪನೆ