ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এক প্রকাৰ স্তন্যপায়ী সামুদ্রিক জীৱ
ಉದಾಹರಣೆ : সাগৰৰ পাৰত এটা ছীল মৰি আছিল
ಅರ್ಥ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
ಉದಾಹರಣೆ : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
ಸಮಾನಾರ್ಥಕ : ষ্টাম্প, ষ্টেম্প
ಅರ್ಥ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
ಉದಾಹರಣೆ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
ಸಮಾನಾರ್ಥಕ : মোহৰ, ষ্টাম্প
ಸ್ಥಾಪನೆ