ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ফল, বীজ আদিৰ আৱৰণ
ಉದಾಹರಣೆ : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
ಸಮಾನಾರ್ಥಕ : ত্বক, বল্কল, বাকল, বাকলি
ಅರ್ಥ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
ಉದಾಹರಣೆ : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
ಸಮಾನಾರ್ಥಕ : চর্ম, ত্বক ্ চাম
ಅರ್ಥ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
ಉದಾಹರಣೆ : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
ಸಮಾನಾರ್ಥಕ : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক
ಅರ್ಥ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়
ಉದಾಹರಣೆ : তেওঁ ্ চামৰাৰ কাম কৰে
ಸಮಾನಾರ್ಥಕ : চর্ম, চামৰা, ্ লেডাৰ
ಸ್ಥಾಪನೆ