ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ছপোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ছপোৱা   ক্ৰিয়া

ಅರ್ಥ : চিয়াঁহী, ৰং আদিৰ সহায়ত এটা বস্তুক আন এটা বস্তুৰ ওপৰত হেঁ্চা দি তাৰ আকৃতি গঢ়া

ಉದಾಹರಣೆ : নির্বাচনী প্রচাৰকসকলে ঠায়ে ঠায়ে দেৱালত নির্বাচনী প্রতীক ছাপ মাৰিছে

ಸಮಾನಾರ್ಥಕ : ছাপ দিয়া, ছাপ মৰা

ಅರ್ಥ : চিহ্নিত বা অংকিত হোৱা

ಉದಾಹರಣೆ : লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে

ಅರ್ಥ : ছপাযন্ত্র আদিত ছপা কৰা

ಉದಾಹರಣೆ : তেওঁ নতুন কিতাপ ছপাইছে

ಸಮಾನಾರ್ಥಕ : মুদ্রিত হোৱা

ಅರ್ಥ : ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা

ಉದಾಹರಣೆ : তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে