ಅರ್ಥ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
ಉದಾಹರಣೆ :
আঞ্জাত নিমখ ছটিয়াই দিয়া
ಸಮಾನಾರ್ಥಕ : ছটিওৱা
ಅರ್ಥ : পানী ছটিওৱা কার্য
ಉದಾಹರಣೆ :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
ಸಮಾನಾರ್ಥಕ : ছটিওৱা