ಅರ್ಥ : কোনো তৰল পদার্থ ছটিওৱা কার্য
ಉದಾಹರಣೆ :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
ಸಮಾನಾರ್ಥಕ : সিঁচা
ಅರ್ಥ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
ಉದಾಹರಣೆ :
আঞ্জাত নিমখ ছটিয়াই দিয়া
ಸಮಾನಾರ್ಥಕ : ছটিয়াই দিয়া
ಅರ್ಥ : পানী ছটিওৱা কার্য
ಉದಾಹರಣೆ :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
ಸಮಾನಾರ್ಥಕ : ছটিয়াই দিয়া
ಅರ್ಥ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
ಉದಾಹರಣೆ :
ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
ಸಮಾನಾರ್ಥಕ : বর্ষণ ্কৰা
ಅರ್ಥ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
ಉದಾಹರಣೆ :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
ಸಮಾನಾರ್ಥಕ : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা