ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চৰোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চৰোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা

ಉದಾಹರಣೆ : তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে

ಅರ್ಥ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

ಉದಾಹರಣೆ : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

ಸಮಾನಾರ್ಥಕ : চৰা

ಅರ್ಥ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

ಉದಾಹರಣೆ : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

ಸಮಾನಾರ್ಥಕ : টনা

ಅರ್ಥ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা

ಉದಾಹರಣೆ : ঢোলবাদকে ঢোল চৰাইছে

ಅರ್ಥ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

ಉದಾಹರಣೆ : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

ಸಮಾನಾರ್ಥಕ : অভিলেপ কৰা, লগোৱা