ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চৰা   ক্ৰিয়া

ಅರ್ಥ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

ಉದಾಹರಣೆ : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

ಸಮಾನಾರ್ಥಕ : চৰোৱা

ಅರ್ಥ : স্বৰ তীব্র হোৱা

ಉದಾಹರಣೆ : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে

ಸಮಾನಾರ್ಥಕ : ওপৰত উঠা

ಅರ್ಥ : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য

ಉದಾಹರಣೆ : গাইজনী পথাৰত চৰি আছে

চৰা   বিশেষণ

ಅರ್ಥ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়

ಉದಾಹರಣೆ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত

ಸಮಾನಾರ್ಥಕ : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ