ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চৰম ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চৰম   বিশেষ্য

ಅರ್ಥ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা

ಉದಾಹರಣೆ : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে

ಸಮಾನಾರ್ಥಕ : লাজ, সংকোচ

চৰম   বিশেষণ

ಅರ್ಥ : সকলোতকৈ আগত বা ওপৰৰ

ಉದಾಹರಣೆ : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে

ಸಮಾನಾರ್ಥಕ : চূড়ান্ত, শী্র্ষ

ಅರ್ಥ : শেষ সীমা পোৱা

ಉದಾಹರಣೆ : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে

ಸಮಾನಾರ್ಥಕ : অন্তিম, শেষ

ಅರ್ಥ : যি সকলোৰে পিছত হয়

ಉದಾಹರಣೆ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

ಸಮಾನಾರ್ಥಕ : অন্ত, অন্তিম, অন্ত্য, শেষ

ಅರ್ಥ : যাৰ আগত বা অধিক আন কোনো নাই

ಉದಾಹರಣೆ : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে

ಸಮಾನಾರ್ಥಕ : চূড়ান্ত, পৰম