ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ಉದಾಹರಣೆ : বেয়া গুণে মানুহৰ পতন ঘটায়
ಸಮಾನಾರ್ಥಕ : অধঃপতন, অধঃপাত, অধোগমন, অৱনতি, পতন
ಅರ್ಥ : বেয়া হোৱাৰ অৱস্থা বা ভাৱ
ಉದಾಹರಣೆ : এই গাড়ীখনত কিবা বিচ্যুতি আছে
ಸಮಾನಾರ್ಥಕ : খুঁত, ত্রুতি, বিচ্যুতি, ্দোষ
ಸ್ಥಾಪನೆ