ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা

ಉದಾಹರಣೆ : শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল

ಸಮಾನಾರ್ಥಕ : চাই থকা

ಅರ್ಥ : নিৰীক্ষণ কৰা

ಉದಾಹರಣೆ : মই এই যন্ত্রটোৰ কার্য্প্র্্ণালী চালোঁ

ಸಮಾನಾರ್ಥಕ : দেখা

ಅರ್ಥ : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা

ಉದಾಹರಣೆ : চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে

ಸಮಾನಾರ್ಥಕ : ধ্যান দিয়া

ಅರ್ಥ : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা

ಉದಾಹರಣೆ : মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ

ಅರ್ಥ : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা

ಉದಾಹರಣೆ : চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই

ಅರ್ಥ : দৃষ্টি নিক্ষেপ কৰা

ಉದಾಹರಣೆ : দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে

ಸಮಾನಾರ್ಥಕ : দেখা