ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চেপি ধৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চেপি ধৰা   ক্ৰিয়া

ಅರ್ಥ : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা

ಉದಾಹರಣೆ : ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে

ಸಮಾನಾರ್ಥಕ : হেঁ্চা, হেচুকি ধৰা

ಅರ್ಥ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

ಉದಾಹರಣೆ : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

ಸಮಾನಾರ್ಥಕ : চেপা

ಅರ್ಥ : ওপৰৰ পৰা এনে ধৰণে বস্তু ৰখা, যাৰ দ্বাৰা কোনো বস্তু তলৰ ফাললৈ হেঁ্চা খাই ইফালে-সিফালে লৰচৰ কৰিব নোৱাৰা হয়

ಉದಾಹರಣೆ : পনীৰ প্রস্তুত কৰিবলৈ তাক কাপোৰত বান্ধি লৈ পটা গুটি আদিৰে হেঁচি ধৰা হয়

ಸಮಾನಾರ್ಥಕ : হেঁচি ধৰা