ಅರ್ಥ : গধুৰ বস্তুৰ তলত অহা
ಉದಾಹರಣೆ :
শিলে লʼৰাটোৰ হাতখন চেপিলে
ಅರ್ಥ : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য
ಉದಾಹರಣೆ :
মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে
ಅರ್ಥ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
ಉದಾಹರಣೆ :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
ಸಮಾನಾರ್ಥಕ : চেপি ধৰা
ಅರ್ಥ : গাড়ী আদিৰ তলত পৰি মৰি যোৱা
ಉದಾಹರಣೆ :
কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে
ಅರ್ಥ : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য
ಉದಾಹರಣೆ :
তেওঁ ্ চাদৰখন চেপিছে
ಸಮಾನಾರ್ಥಕ : আটি দিয়া