ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চেক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চেক   বিশেষ্য

ಅರ್ಥ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে

ಉದಾಹರಣೆ : ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে

ಅರ್ಥ : মধ্য ইউৰোপৰ এখন দেশ

ಉದಾಹರಣೆ : চেকৰ ৰাজধানী প্রাগ

ಸಮಾನಾರ್ಥಕ : চেক গণৰাজ্য

ಅರ್ಥ : চেক দেশৰ অধিবাসী

ಉದಾಹರಣೆ : সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে

ಸಮಾನಾರ್ಥಕ : চেকবাসী

ಅರ್ಥ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : চেকা, দাগ, দাগী, ধাব্বা, নিচান

ಅರ್ಥ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে

ಉದಾಹರಣೆ : সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে

ಸಮಾನಾರ್ಥಕ : ধনাদেশ

ಅರ್ಥ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়

ಉದಾಹರಣೆ : মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ

ಸಮಾನಾರ್ಥಕ : কিস্তিমাত

ಅರ್ಥ : চেকবাসীয়ে কোৱা ভাষা

ಉದಾಹರಣೆ : মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে

ಸಮಾನಾರ್ಥಕ : চেকভাষা

চেক   বিশেষণ

ಅರ್ಥ : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা

ಉದಾಹರಣೆ : দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে

ಸಮಾನಾರ್ಥಕ : চেকভাষা

ಅರ್ಥ : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ

ಉದಾಹರಣೆ : চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল