ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চীন দেশৰ নিবাসী
ಉದಾಹರಣೆ : ভালেকেইজন চীনা মোৰ ভাল বন্ধু
ಸಮಾನಾರ್ಥಕ : চীন নিবাসী, চীনবাসী
ಅರ್ಥ : চীন দেশৰ ভাষা
ಉದಾಹರಣೆ : তেওঁ চীনা ভাষা কʼব পাৰে
ಸಮಾನಾರ್ಥಕ : চীনা ভাষা
ಅರ್ಥ : যি লিপিৰ দ্বাৰ চীনা ভাষা লিখা হয়
ಉದಾಹರಣೆ : চীনা লিপি চিত্র্্ধর্মী
ಸಮಾನಾರ್ಥಕ : চীনা লিপি
ಅರ್ಥ : চীন দেশৰ বা চীন দেশ সম্বন্ধীয়
ಉದಾಹರಣೆ : এইখন চীনা ৰেচমেৰে বনোৱা হৈছে
ಸಮಾನಾರ್ಥಕ : চীনৰ
ಅರ್ಥ : চীন দেশত থকা বা বসতি কৰা
ಉದಾಹರಣೆ : চীনা বৈজ্ঞানিকসকলৰ এটা দল কাইলৈ ইয়ালৈ আহিব
ಅರ್ಥ : চীনা ভাষাৰ সৈতে সম্বন্ধ থকা বা চীনা ভাষাৰ
ಉದಾಹರಣೆ : সেই চীনা কিতাপখনৰ ওপৰত ড্রেগনৰ চিত্র আছে
ಸ್ಥಾಪನೆ