ಅರ್ಥ : এঠাইৰ পৰা আন এঠাইলৈ, বিশেষকৈ তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যাবলৈ স্তৰ থকা পথ
ಉದಾಹರಣೆ :
চোৰে চাদত উঠিবলৈ বাঁহৰ খটখটিৰ প্রয়োগ কৰিছিল
ಸಮಾನಾರ್ಥಕ : খটখটি
ಅರ್ಥ : তাচৰ চাৰিটা প্ৰকাৰৰ মাজত এক ধৰণৰ বিশেষ ভাগ যʼত একেলগে কʼলা ৰঙৰ তিনিটা পাত লগ লাগি থাকে
ಉದಾಹರಣೆ :
তেওঁ চিৰিতনৰ চাল খেলিছে
ಸಮಾನಾರ್ಥಕ : চিৰিতন
ಅರ್ಥ : এখনৰ পিছত সিখন ভৰি দি ওখ স্থানত উঠা-নমা কৰিবলৈ কৰা এক ব্যৱস্থা
ಉದಾಹರಣೆ :
পকী ঘৰৰ চাদৰ ওপৰত উঠিবলৈ খট-খটি বনোৱা হয়
ಸಮಾನಾರ್ಥಕ : খট-খটি