ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
ಉದಾಹರಣೆ : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
ಸಮಾನಾರ್ಥಕ : উগুল-থুগুল, খুদুৱনি, চিন্তা, ভাবনা, ভাবনি, ভাৱনা
ಅರ್ಥ : যাৰ ওপৰত বিচাৰ হৈছে
ಉದಾಹರಣೆ : এই বিষয়টো আমাৰ দ্বাৰা বিবেচিত হৈছে যেতিয়া ইয়াৰ ওপৰত দুনাই বিচাৰ কৰাৰ প্রয়োজন নাই
ಸಮಾನಾರ್ಥಕ : বিচাৰল্্ব্ধ, বিবেচিত, সুবিবেচিত
ಸ್ಥಾಪನೆ