ಅರ್ಥ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
ಉದಾಹರಣೆ :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
ಸಮಾನಾರ್ಥಕ : জনা
ಅರ್ಥ : জ্ঞানেন্দ্রিয়ৰ পৰা বোধ জন্মা কার্য
ಉದಾಹರಣೆ :
অন্ধ মহিলাগৰকীয়ে মাত শুনিয়েই নিজৰ লʼৰাটোক চিনি পালে
ಅರ್ಥ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
ಉದಾಹರಣೆ :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
ಸಮಾನಾರ್ಥಕ : জনা