ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
ಉದಾಹರಣೆ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
ಸಮಾನಾರ್ಥಕ : চিহ্ন, নিচান, প্রতীক, সংকেত
ಅರ್ಥ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
ಉದಾಹರಣೆ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
ಸಮಾನಾರ್ಥಕ : চাপ, চিহ্ন, নিচান
ಅರ್ಥ : কোনো বস্তুৰ ওপৰত চিহ্ন লগোৱা বা বনোৱা কার্য
ಉದಾಹರಣೆ : তেওঁ কিতাপখনৰ গুৰুত্বপূর্ণ ্পাঠবোৰত চিন দিছে
ಸಮಾನಾರ್ಥಕ : অংকন, মার্ক
ಅರ್ಥ : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু
ಉದಾಹರಣೆ : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন
ಸಮಾನಾರ್ಥಕ : চিহ্ন, স্মৃতিচিহ্ন
ಸ್ಥಾಪನೆ