ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ৰং আৰু ৰেখাৰে অঁ্কা কোনো বস্তু আদিৰ ্ দর্শনীয় ৰূপ
ಉದಾಹರಣೆ : কলা নিকেতনত মকবুল ফিদা হুছেইনৰ চিত্র ্ প্রদর্শনী হৈ আছে
ಸಮಾನಾರ್ಥಕ : ছবি, পেইণ্টিং
ಅರ್ಥ : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি
ಉದಾಹರಣೆ : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে
ಸಮಾನಾರ್ಥಕ : ছবি, ফটো
ಅರ್ಥ : কোনো বস্তুৰ যি প্রতিকৃতিক কোনো কথন, বিবেচন, বিবৰণ আদিক স্পষ্ট কৰিবৰ বাবে উপস্থাপিত কৰা হয়
ಉದಾಹರಣೆ : চিত্রৰ সহায়ত পঢ়ালে শিশুৰ সহজে বোধগম্য হয়
ಸಮಾನಾರ್ಥಕ : ছবি
ಸ್ಥಾಪನೆ