ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
ಉದಾಹರಣೆ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : খত, চিঠি, পত্র, পত্রিকা
ಅರ್ಥ : কাৰোবাক চিঠি লিখি ভাৱৰ আদান-প্রদান কৰা
ಉದಾಹರಣೆ : ই-মেইল আৰু টেলিফোনৰ সুবিধাৰ কাৰণে আজিকালি চিঠি-পত্রৰ ব্যৱহাৰ কমি আহিল
ಸಮಾನಾರ್ಥಕ : পত্রাৱলী
ಸ್ಥಾಪನೆ