ಅರ್ಥ : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
ಉದಾಹರಣೆ :
আজি মই ভাল চিকাৰ ফান্দত পেলালো
ಅರ್ಥ : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
ಉದಾಹರಣೆ :
চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
ಅರ್ಥ : বনৰীয়া পশু-পক্ষীক মৰা কার্য
ಉದಾಹರಣೆ :
প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
ಸಮಾನಾರ್ಥಕ : মৃগয়া